ফটাঢোল

ইংৰাজী পঢ়াৰ সহজ উপায় – ব্ৰক্ষ্মানন্দ পাটিৰি

হেকা: ঐ বিজয়, এই পুৱাই তই ধৰিলিনে?

বিজয়: নহয় মানে আজি হকাৰটোৱে ভুলতে অসমীয়া বাতৰিখনৰ সলনি ইংৰাজী এখনহে দি গ’ল।

হেকা: তাতে কি হ’ল?

বিজয়: নহয় মানে সেইবিধ নধৰিলে মোৰ ইংৰাজী পঢ়োঁ‌তে অসুবিধা হয়।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.