ফটাঢোল

কৌতুক – উৎপলা কৌৰ

শিক্ষক: Table par chai kisne girayee মাতৃভাষালৈ অনুবাদ কৰ
ছাত্ৰ: মাতৃভাষা মানে কি চাৰ???
শিক্ষক: মাতৃভাষা মানে নাজান? মাৰৰ ভাষা, মাৰৰ ৷
ছাত্ৰ: অ’ তেনে পাৰিম ছাৰ, শুনক – ইয়ে ৰাম ৰাম, খালে খালে ইহঁতি ঐ তেজপিয়া, জহনিযোৱাহঁত, কোনটোৱে টেবুলত চাহ পেলালি হয়নে??? কালি ধুই আজি সেইখন পাৰিছিলোহে৷ পাবি মজা ৰহ আজি সেইখন তই ধুবি নহলে বাপেৰে৷ কোনোবাদিনা মাৰক কাপোৰ এটা ধুই দি পাইছনে? বাপেৰৰ নিকিনা গোলাম পাইছ???

☆★☆★☆

Leave a Reply

Your email address will not be published.