ফটাঢোল

কৌতুক – তাবিবৰ ৰহমান

পতি : ৰাতিপুৱাই ৰাতিপুৱাই ভাতৰ লগত শিল পালোঁ। ভগৱানে অমৰা গুটিৰ দৰে ডাঙৰ ডাঙৰ দুটা চকু দিছে। শিলকেইটাও চাউলৰপৰা বাচি উলিয়াব নোৱাৰানে?

পত্নী : ভগৱানে আপোনাকো লোৰ দৰে বত্ৰিশটা দাঁত দিছে। শিলকেইটাও চোবাই খাব নোৱাৰেনে?

পতি বেহুঁচ, পত্নী খুচ।

☆★☆★☆

One comment

  • ডলী তালুকদাৰ

    ঠিক দিছে।

    Reply

Leave a Reply

Your email address will not be published.