ফটাঢোল

কৌতুক – পদ্মলোচন ভৰদ্বাজ

১)
ডাক্তৰ : আপোনাৰ পত্নীৰ এতিয়া কেনে?

স্বামী : বৰ্তমান বহুত ভাল ছাৰ৷ আজি পুৱা অলপ দেৰি কাজিয়াও কৰিছে!

 

২)
ভাগৱতী : কি হে দত্তদা, আজি ৰাতিপুৱাই বটলত ধৰিলে যে!

দত্ত : এহ নক’বা হে ভাগৱতী। ৰাতিপুৱাই হকাৰজনে দৈনিক জনমভুমিৰ ঠাইত চেণ্টিনেলখন দি গ’ল। মই আকৌ সিবিধ নহ’লে ইংৰাজী পঢ়িব নোৱাৰোঁ নহয়।

☆★☆★☆

Leave a Reply

Your email address will not be published.