ফটাঢোল

কৌতুক – মনিষা বৰুৱা গুপ্তা

কালি ছোৱালীক স্কুলত থ’বলৈ যাওঁঁতে এগৰাকীয়ে লগ পাই কথাৰ মাজতে ক’লে আপুনি বৰ ধুনীয়া। মই বোলো মইনো কি ধুনীয়া আপুনিহে বেছি ধুনীয়া।

আজি আকৌ ৰাতিপুৱা তেখেতক লগ পালো ক’লো গুড মৰ্ণিং, তেখেতে বোলে মইনো কি গুড মৰ্ণিং আপুনিহে বেছি গুড মৰ্ণিং(খা বাপেকে ভীমকলটো)।

☆★☆★☆

Leave a Reply

Your email address will not be published.