ফটাঢোল

কৌতুক – সঞ্জীব কুমাৰ ভট্টাচাৰ্য

মালতী পেহীৰ ল’ৰা মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম হ’ল, সাংবাদিকে ঘৰ ভৰ্তি কৰিলে।

সাংবাদিক : আপোনাৰ ল’ৰা ফাৰ্ষ্ট ষ্টেণ্ড কৰিছে, আপোনাৰ কেনেকুৱা অনুভৱ?

মালতী পেহী : ভালেই লাগিছে।

সাংবাদিক : ভাল মানে কিমান ভাল?

মালতী পেহী : ভাল মানে বহুত ভাল।

সাংবাদিক : বাৰু, আপুনিতো তাক সৰুৰ পৰা পাইছে নহয় জানো?

মালতী পেহী : সৰুৰ পৰা নাপালোঁ তাক, সি দহ বছৰমান বয়স হোৱাতহে জন্মিছিল।

পেহী ৰকড, সাংবাদিক শ্বকড।

☆★☆★☆

Leave a Reply

Your email address will not be published.