ফটাঢোল

কৌতুক – সোনটো ৰঞ্জন বৰুৱা

এজন পুৰুষে নিজৰ দেৰবছৰীয়া ল’ৰাটো স্কুললৈ আনি আছে৷ ল’ৰাটোৰ কান্দি কাটি অৱস্থা নাই৷ ৰাষ্টাতে গাঁৱৰ বয়োজেষ্ঠ এজনে লগ পাই সুধিলে।

: হেৰৌ ইমান কণমানি ল’ৰাটোক কি পঢ়িবলৈ দিয়গৈ৷

: দাইটি কি পঢ়ে নপঢ়ে, তাত মোৰ মতলব নাই৷ মাত্ৰ চৰকাৰে যি কৰিবলৈ কৈছে তাকে কৰিছোঁ৷

: চৰকাৰে আকৌ কি ক’লে?

: কৈছে, দুচৰা বচ্চা কৱ, পহলা স্কুল যায়ে তৱ৷

☆★☆★☆

Leave a Reply

Your email address will not be published.