ফটাঢোল

কৌতুক – ৰিতন বৰুৱা

এজন গ্ৰাহকে দোকানত কিবা কিবি বস্তু কিনি আছে। ছেলছ বয়জনে গ্ৰাহকজনক সুধি সুধি বস্তু দি আছে।

ছেলছ বয়ঃকওক ছাৰ, কি দিম?
গ্ৰাহকঃগাখীৰ এপেকেট দিয়া।

ছেলছ বয়ঃ আৰু কি দিম ছাৰ?
গ্ৰাহকঃ সেইটো এপেকেট দিয়া।
ছেলছ বয়ঃ আৰু ছাৰ?

গ্ৰাহকঃহেৰা লৰা তুনি ছাৰ ছাৰ কৈ আছা, মোৰ বৰ ভাল লাগিছে জানা। তোমাৰ বাদে মোক আজিলৈ কোনেও ছাৰ কৈ পোৱা নাই। আকৌ এবাৰ কোৱাঁচোন ছাৰ বুলি।

ছেলছ বয় – – পাগল
(মনে মনে ভোৰভোৰালে, বাপেৰৰ চাকৰ পাইছিলি। দৰমহা কেইটাৰ আশাত ছাৰ ছাৰ কৈ আছোঁ । নহলে তোক……)

☆★☆★☆

Leave a Reply

Your email address will not be published.