ফটাঢোল

যেনে কুকুৰ তেনে টাঙোন – অনিমা দাস 

পল: ঐ বাবলু তই টাঙোন ডালত কিয় ক’লা ৰং ঘঁহি আছ?
বাবলু: যোৱা কালি তোৰ দেউতাই মোৰ দেউতাৰ লগত কথা পাতি থাকোঁতে কোৱা শুনিছিলো যেনে কুকুৰ তেনে টাঙোন দিব লাগে হেনো।
আমাৰ বাটত কেইটামান ক’লা কুকুৰে সদায়েই কাজিয়া লাগি থাকে। সেয়ে সিহঁতক কোবাবলৈ ক’লা ৰং ঘঁহি আছোঁ।
☆★☆★☆

2 Comments

  • অনুৰূপ মহন্ত

    হাঃ হাঃ বঢ়িয়া

    Reply
  • হয়তো কলা ৰঙৰ কুকুৰক কলা টাঙোনেৰে কোবাব লাগে

    Reply

Leave a Reply

Your email address will not be published.