ফটাঢোল

ফটাঢোল সম্পাদনা সমিতি

ফটাঢোল সম্পাদনা সমিতি


হাস্য ব্যংগৰ  মাহেকীয়া ই-আলোচনীখন আপোনালোকৰ হাতত তুলি দিবলৈ পাই আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ৷ আলোচনীখনত “ফটাঢোল” গোটৰ সদস্যসমূহে গোটত প্ৰকাশিত কৰা লেখাৰপৰা সম্পাদকে প্ৰকাশৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা লেখা তথা সাহিত্য জগতৰ প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় লেখকৰ লেখা সংগ্ৰহ কৰি সম্পাদনা কক্ষত বৰ্ণাশুদ্ধিকে আদি কৰি অলংকৰণ, আপল'ডিং আদি বিভিন্ন স্তৰৰ মাজেদি পাৰ হৈ আপোনাসৱৰ আগত প্ৰকাশিত ৰূপত আহি পৰেহি৷ ইয়াত সম্পাদকৰ লগতে সম্পাদনা কক্ষৰ প্ৰতিজন ব্যক্তিৰ মাহজোৰা প্ৰচেষ্টা তথা পৰিশ্ৰম নিহিত থাকে৷ আহকচোন, আপোনাসৱক হাঁহি বিলোৱাৰ আমাৰ এই চালুকীয়া প্ৰচেষ্টাৰ আঁৰত ওতঃপ্ৰোত ভাবে জড়িত থকা সদস্যসকলক চিনাকি কৰাই দিওঁ৷

 

মুখ্য কাৰ্য্যবাহী ::

ৰিণ্টুমনি দত্ত

মুখ্য সম্পাদনা সমিতি ::

হেমন্ত কাকতি, অভিজিত কলিতা,  ৰিণ্টুমনি দত্ত আৰু সম্পাদক

এই সংখ্যাৰ সম্পাদক ::

দিগন্ত কুমাৰ ভট্টাচাৰ্য

অংগসজ্জা আৰু কাৰিকৰী বিভাগ ::

হেমন্ত কাকতি, ৰিন্টুমনি দত্ত, দিগন্ত কুমাৰ ভট্টাচাৰ্য আৰু ৰিমঝিম বৰঠাকুৰ

প্ৰচ্ছদ আৰু অলংকৰণ ::

হেমন্ত কাকতি, দিগন্ত কুমাৰ ভট্টাচাৰ্য

আলোচনীৰ বিভিন্ন শিতানসমূহৰ বিভাগীয় কমিটি ::

চবিনা য়াছমিন, সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য,  পৰীস্মিতা গগৈ, ৰিতুৰ্পণা মহন্ত আৰু মনজিৎ

ফটাঢোল প্ৰশাসক সকল:: 

হেমন্ত কুমাৰ কাকতি, প্ৰণীতা গোস্বামী বৰঠাকুৰ, অভিজিত কলিতা, ৰিণ্টুমনি দত্ত, দেবজিত শইকীয়া, বিজয় মহন্ত, চবিনা য়াছমিন, ৰিমঝিম বৰঠাকুৰ

মডাৰেটৰ::

বিকাশ শইকীয়া, দিম্পল কলিতা আৰু প্ৰীতম

বিশেষ পৰামৰ্শদাতা:

জ্যোতিৰূপম দত্ত

এই সংখ্যাৰ সাক্ষাত ললে- ডলী তালুকদাৰ আৰু সৌৰভ শৰ্মাই

আমাৰ যোগাযোগৰ ঠিকনা ::

fotadholeditor@gmail.com

12 Comments

  • Gitimallika Gohain

    পঢ়িলো, ভাল লাগিল। এনেধৰণৰ আলোচনী এখন প্ৰকাশ হ’ব পাৰে বুলি ম‌ই কল্পনাই কৰা নাছিলো । সুশৃংখল, সুপৰিকল্পিত, সুন্দৰ হৈছে।
    আলোচনিখনৰ বাবে কষ্ট কৰা সকলোকে ধন্যবাদ জনাইছো এনে গঠনমূলক কাম কৰাৰ বাবে আৰু অভিনন্দন জনাইছো
    গীতিমল্লিকা গোঁহাই(বৈবাহিক পৰিচয়)
    (গীতিমল্লিকা গগৈ-সামাজিক পৰিচয়)

    Reply
    • অভিজিত কলিতা

      সঁচাকৈয়ে বহুত কষ্ট কৰিছে সকলোৱে। ব্যংগৰ দৰে এটা বিষয় লৈ এনে উচ্চমানৰ আলোচনী উলিওৱা আৰু তাক সুদীৰ্ঘ দিন ধৰি চলাই অহা এক বৃহৎ প্ৰত্যাহবান।

      Reply
    • ৰিণ্টু

      অশেষ ধন্যবাদ। আপোনালোকৰ শুভাশীষেই আলোচনীখনৰ চালিকা শক্তি

      Reply
  • অনুৰূপ মহন্ত

    সকলো লৈকে আন্তৰিক অভিনন্দন জনাইছোঁ

    Reply
  • ডাঃ সঞ্জীৱ শৰ্মা

    চচিয়েল মেডিয়া বেয়া বুলি ভবা সকলৰ বাবে এনে গঠনমূলক কাম এক যোগ্য প্ৰত্যুত্তৰ। ই আলোচনীৰ যোগেদি এতিয়া সাহিত্য চৰ্চা, গঠনমূলক আলোচনা আদি কৰা সহজ হব, যিখিনি ফেচবুক, ৱাটচআপ, টুইটাৰ আদিত অসুবিধা জনক আছিল। বেলেগৰ কথা নাজানো, প্ৰযুক্তি আৰু যোগাযোগৰ সহজ মাধ্যমে মোক নিজকে আবিস্কাৰ কৰাত সহায় কৰিছে।
    আলোচনীৰ লগত জড়িত সকলোকে ওলগ জনালোঁ

    Reply
  • Anonymous

    সুন্দৰ পদক্ষেপ । সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলো ।

    Reply
  • Anjan Sadhanidar

    এখন সুন্দৰ আলোচনী আমাক উপহাৰ দিয়া সকলোকে কৃতজ্ঞতা জনালো৷

    Reply
  • Mousumi gogoi

    বৰ সুন্দৰ কৈ আলোচনীখন আগবঢ়াই নিছে ।সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছো।

    Reply
  • উষা মহন্ত

    আগতে group ত সোমালো যদিও লিখনি পঠোৱা নাছিলোঁ । প্ৰথম এইবাৰ পঠালো ।ৰাইজে আদৰি লোৱা দেখি ভাল লাগিছে ।আলোচনীখন দীৰ্ঘায়ু আৰু পৰিবৰ্ধন আশা কৰিলোঁ ।

    Reply
  • hkkakati

    মন্তব্যৰ বাবে সকলোকে ধন্যবাদ৷ পঢ়ক আৰু পঢ়ুৱাওক৷

    Reply
  • সৌৰভ শৰ্মা

    সম্পাদক ৰিণ্টুমণী দত্তৰ সম্পাদনাত জুন ২০১৯ সংখ্যাটো বিশেষ সন্ত্ৰাস সংখ্যা ৰূপে স্মৰণীয় হব।

    Reply
  • ববিতা বৰুৱা

    আটাইলৈ আন্তৰিক অভিনন্দন জনালো

    Reply

Leave a Reply

Your email address will not be published.