ফটাঢোল

গান দুটামান গালোঁ – ইফতিখাৰ হুছেইন

কাৰ্যালয়ৰ ডাঙৰ হলটোত অস্থায়ী মঞ্চ সাজি বিশ্বকৰ্মা পূজাৰ দিনা আবেলি সাংস্কৃতিক অনুষ্ঠান পতা হৈছিল। সকলোৱে ভাল গাইছে। হলৰ ভিতৰত চকীত বহি থকা মানুহখিনিৰ উপৰিও খিৰিকীৰ বাহিৰৰ পৰাও কিছুমানে থিয় হৈ অনুষ্ঠান চাইছিল। দৰ্শকৰ আনন্দত মইও মঞ্চত নাচি বাগি আপোন পাহৰা হৈ গ’লোঁ। মোৰ অনুষ্ঠান শেষ হোৱাৰ পিছত অফিচৰ এজনে ক’লে –

“ছাৰ, আপোনাৰ গান শুনি খিৰিকীৰ মুখত ঠিয় হৈ থকা ছোৱালীজনী পলাল। কিয়?”

“মই তেতিয়া গাই আছিলোঁ – মেৰে চামনেৱালী খিৰকী মে, এক চান্দ্ কা টুকৰা ৰেহতা হে!”

ধেৎ তেৰি!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *