ফটাঢোল

আজি ঠাণ্ডা বতৰ – ভাস্কৰ বৰ ডেকা

আজি ঠাণ্ডা বতৰ

দোকানৰপৰা কিনি আনি খাব লাগবো ভজা মটৰ

দি আছে কিনকিনিয়া বৰষুণ আজি

মাংস খাবা লৈ আছোঁ দাঁতকেইটা ভালকে মাজি

কম্বলৰ তলত সোমাই কৰিম ফেচবুক

ফটো আপলোড দি কেপচন লিখিম “হাউ দিদ আই লুক”

বৰষুণৰ বতৰত শুৱা এ বৰ মজা

বৰলাসকলৰ কাৰণে এইটো কিন্তু ‘চজা’৷

☆★☆★☆

One comment

  • নীলাক্ষি দেৱী ডেকা

    ভাল লাগিল ভাস্কৰ

    Reply

Leave a Reply

Your email address will not be published.