ফটাঢোল

আৱেগৰ বিড়ম্বনা- দেৱীকা শৰ্মা

ল’ৰাঃ নদী যদি হওঁ মই?
ছোৱালীঃ বানপানী চাম নে কি?
ল’ৰাঃ আকাশৰ তৰাই ক’ব মোৰেই কথা৷
ছোৱালীঃ আইঔ মোৰ পপীয়া তৰাটো৷
ল’ৰাঃ মোৰ প্ৰতিটো উশাহে নিশাহে তুমি৷
ছোৱালীঃ টেটুত ধৰিলে শেষেই চোন৷
ল’ৰাঃ তুমি হ’বা মোৰ বুঢ়ী জনী৷
ছোৱালীঃ (খঙত)বুঢ়ী হ’ব তোৰ চৈধ্য গোষ্ঠী ৷
বি:দ্ৰ: প্ৰেমত ইয়াতকৈও যাতনা আছেনে?
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.