ফটাঢোল

কৌতুক – কৃষ্ণ দাস

চিদা দা :- হেৰা  হয়নে? অ’ ভাগ্যৱতী, আজি ৰন্ধা এই তৰকাৰিখনৰ কি নামনো?

মিনতী খুৰী :- কি হ’লনো, কিয় সুধিলে?

চিদা দা :- আস্  মোকতো স্বৰ্গত সুধিব, তই কি খাই মৰিলি বুলি?

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.