ফটাঢোল

কৌতুক- পদ্মলোচন ভৰদ্বাজ

আবেলি কিনকিনিয়া বৰষুণ দি আছিল।

 তাই ফোন কৰি ক’লে

“আমাৰ ঘৰলে আহাচোন পটককে!! ঘৰত কোনো নাই আজি!”

(মন মে লড্ডু ফুটা !!)

চাইকেলখন  লৈ সাউৎকে তিতি তিতিয়ে তাইৰ ঘৰ পালোঁগৈ !!

সঁচাকৈ ঘৰত কোনো নাছিল বে..!

তলা মাৰি থোৱা আছিল!!

তাইলৈ আকৌ ফোন কৰিলো; ক’লে , “”গৰুজনী বান্ধি দিয়াচোন। আমি মামাৰ ঘৰলৈ আহিলোঁ। ঘূৰি যাওঁতে দেৰি হ’ব!!””

মানৱতাৰ ওপৰত বিশ্বাসেই উঠি গ’ল!

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.