ফটাঢোল

কৌতুক- বিজয় মহন্ত

শিক্ষক: কছোন বিজয় আটাইতকৈ পূৰণি জীৱ কোনটো

বিজয়: ছাৰ জেব্ৰা

শিক্ষক: জেব্ৰা ? কেনেকৈ ?

বিজয়: ছাৰ বাকী সকলো জীৱই ৰঙীন, অকল জেব্ৰাহে ব্লেক এন্দ হোৱাইট৷গতিকে জেব্ৰাই আটাইতকৈ পূৰণি জীৱ হব৷

☆ ★ ☆ ★ ☆

One comment

  • মানসী বৰা

    হাঃ হাঃ…উপস্থিত বুদ্ধি মানিছোঁ দেই..

    Reply

Leave a Reply

Your email address will not be published.