ফটাঢোল

কৌতুক- মনজীত

লোকেল খাই আমাৰ গাঁৱৰ লিটিকাইৰ মুখৰে যিটো ভকেল ওলায়, বাটৰুৱাই কাণত ধৰি যাব লগা হয়। পিচে সি আত্মনিৰ্ভৰশীল হ’ব নোৱাৰিলে আজিও। সদাই কোনোবা নহয় কোনোবাই খালৰ পৰা দাঙি উঠাই দিব লাগে।
☆ ★ ☆ ★ ☆

One comment

  • দীক্ষিতা

    একেবাৰে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সকলো দিশ মিলি আছে ইয়াত।🤣🤣

    Reply

Leave a Reply

Your email address will not be published.