ফটাঢোল

কৌতুক- সঞ্জয় ৰাজবংশী

অজিতে আত্মনিৰ্ভৰশীল হ’বলৈ শিকিলে।

ৰাতিপুৱাই উঠি চাৰিখন ব্ৰেড ভালকৈ সেকি লৈ সেউজীয়া চাটনিৰে পেট ভৰাই ল’লে।

অকণমান পিছত

সুবৰ্ণলতা : পাকঘৰত বাতি এটাত জেতুকা পিহি থৈছিলোঁ তুমি দেখিছা নেকি?

(আৰু একো নকওঁ, যি হৈছে ৰাইজে নিজেই বুজিব)
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.