ফটাঢোল

কৌতুক – ৰাকেশ শৰ্মা

পুলিচ- আপোনাৰ ক্ৰেডিট কাৰ্ড খন চুৰ হৈছিল যে আগতেই কিয় FIR দিয়া নাছিল?

মনাই- চুৰজনে মোৰ পত্নীতকৈ কম খৰচ কৰি আছিল কাৰণে!!

পুলিচ- তেতিয়াহলে, এতিয়া কিয় FIR দিছে?

মনাই – মই ভাবিছো এতিয়া সেইখন চুৰজনৰ পত্নীৰ হাতত পৰিছেগৈ।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.