ফটাঢোল

কৌতুক -ৰিটন বৰুৱা

মানুহ এজনে হোটেলত চাহ খাবলৈ সোমাল। মানুহজনে মিঠাইৰ নাম চিনি নাপায়। গতিকে হোটেলৰ ল’ৰাটোক ক’লে সেইটো লৈ আহ।
শ্বকেচৰ নানা মিঠাইৰ মাজত কোনটো মিঠাই কৈছে অনুমান কৰিব নোৱাৰি ক’লে
ল’ৰাঃ দাদা কোনটো মিঠাই দিম।
মানুহজনঃ সেইটো  সেইটো
ল’ৰাঃ দাদা মই ঠিক ধৰিব পৰা নাই  আপোনাৰ , নাম কি?
মানুহজনঃ মোৰ নাম হৰি গোপাল৷
☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.