ফটাঢোল

অথঃ বিক্ৰম বেতাল সংবাদ – সোনটো ৰঞ্জন বৰুৱা

বেতাল ডিচ এণ্টেনাত ওলোটাই ওলমি আৰামত হোৱাটচএপত জ্ঞান বিতৰণত ব্যস্ত। এইবাৰ পিছে ৰজা বিক্ৰমে নিজৰ জ্ঞান অাপডেট কৰাত অলপো ক্ৰুটি কৰা নাই। গুগুল দেৱতাক ঘোৰতৰ তপস্যা কৰি মগজটো আধুনিক জ্ঞানেৰে ভৰ্তি কৰি ৰেডি হৈ লৈছে। ৰজাই গুগুল মেপত বেতালৰ লোকেচন চাৰ্চ কৰি ডিছ এণ্টেনাৰপৰা নমাই কান্ধত তুলি ল’লে। কান্ধত উঠি বেতালে চিধাই প্ৰশ্নবাণ আৰম্ভ কৰিলে। বেতাল : মহাৰাজ, গণতন্ত্ৰ মানে কি? বিক্ৰম : বাস্তৱত জাতি, ধৰ্ম, আঞ্চলিকতা, বাহুবল আৰু ধনবলৰ সংমিশ্ৰণকেই গণতন্ত্ৰ বুলিব পাৰি। বেতাল : নিৰ্বাচন কি? বিক্ৰম :

Read more

মিছাভেম – কাবেৰী মহন্ত

কলেজৰ পৰা আহিয়েই চোফাখনত ফাইলটো আৰু ডাইনিং টেবুলৰ চকীত কোটটো ওলোমাই থ’লোঁ। জোতাযোৰ ওচৰতে খুলিলোঁ‌ যদিও শ্বু ৰেকটো চাৰিফুটমানহে আঁতৰত। দেখিও নেদেখাৰ দৰেই তাতেই জোতা পেলাই চেণ্ডেলযোৰ ভৰিত সোমোৱাই চোঁ‌চৰোৱাৰ শব্দৰ তালে তালে বেডৰুমত সোমালোহি। নিয়াৰিকৈ পাৰি থোৱা বেডশ্বিটৰ ওপৰত এটা এটাকৈ টাই, চাৰ্ট, বেল্ট দলিয়াই গ’লোঁ‌ ..যিমান পাৰোঁ‌ কৰ্তৃত্বৰ মাতষাৰ উলিয়াই মাত দিলোঁ‌ “মোৰ টাৱেলখন ক’ত?” ভিতৰৰ পৰা অলপ বিৰক্তিৰে ভৰা মাত এষাৰ আহিল.. “সদায় য’তেই থাকে তাতেই আছে, চাওকচোন।” কঁকালত হাত দুখন থৈ একে ঠাইতে থিয় হৈ ডিঙিটো

Read more

বানান – ৰাজীৱ শৰ্মা

শিক্ষক: কচোন, আজি স্কুললৈ আহোঁতে তহঁতৰ কোনোবাই কিবা ভাল কাম কৰিলিনে? এজন ছাত্ৰ: (তপৰাই)মই কৰিলোঁ ছাৰ। শিক্ষক: কি কৰিলি! ছাত্ৰ: বাচত উঠিবলৈ খৰকৈ গৈ থকা মানুহজনৰ পাছত আমাৰ ঘৰৰ কুকুৰটো লগাই দিলোঁ। শিক্ষক: কি? এইটো ভাল কাম কেনেকৈ হ’ল? ছাত্ৰ: বাচখন গৈছিলেই ছাৰ। কুকুৰটোৱে খেদিলতহে তেখেত যেনে-তেনে বাচখনত উঠিব পাৰিলে। ভাল কাম এনেকুৱাই। দহজনৰ চকুত বেয়া দেখিলেও কৰোঁতাজনৰ বাবে সন্তুষ্টি দায়ক। সিদিনা দশমশ্ৰেণীৰ ল’ৰা-ছোৱালীহঁতক পাঁচটা একেবাৰে সহজ বানান দিলোঁ। সকলোৱেই লিখিলে। কিন্তু জন্তু এটাৰ নাম এটাই ভুলকৈ লিখিলে। লিখিব লাগিছিল

Read more

দেতা আৰু বিজুলি বাতিৰ সেই সময় – অসীমা শইকীয়া দত্ত

কাৰেণ্ট আহিলেই লেম চাকিবোৰ নুমুৱা অভ্যাসতো দেতাৰ অসমলে কাৰেন্ট অহা দিনতে গঢ় ল’লে। দাদাই তাকে ক’লে দেতাই দমদমাই “লাইটৰ বিল তোৰ বাপেৰে দিব। গোলামৰ জাত কেইটকা ঘটি পাইছ। বাপেৰৰ গচিতো আছে যে।” সিফালে কাৰেণ্ট আমাৰ ঘৰলে অহাৰ দিনাই মায়ে সৱ লেম চাকি ববৌক দি পঠাইছিল। “নবৌ কাৰেণ আহিল এইবোৰ আমাক নেলাগে আউ। লৈ যক।” ৰাতিলে যেতিয়া কাৰেণ্টে ডবা কোবাওতেই সন্ধ্যা লাগোতেই ভমক কে আমাক এৰি গুছি গ’ল। গোটেইখন আন্ধাৰ দেখি দেতাৰ চিঞৰ, “লেম চাকি আজিও কোনেও ফিট নকৰিলি হঁতনি ঐ।

Read more

কেকোঁৰাৰ বিষয়ে ৰচনা – নীলাঞ্জনা মহন্ত

কেকোঁৰা মূলতঃ এবিধ বেঁকাবেঁকিকৈ পদাসন কৰা প্ৰাণী৷ সমুখলেও নাযায় পিছলৈও নাযায়, কেৱল সোঁফালে বা বাওঁফালে গমন কৰিব পৰা মহৌগুণটোৰ বাবে এই প্ৰাণীবিধক ঠাইবিশেষে বিশেষ মৰ্যাদা দিয়া হয়৷ এই গুণটোক আয়ত্ব কৰিবলৈ পৃথিৱীত বহুতেই তপস্যা কৰে যদিও এক বিশেষ জাতিকহে ভগৱন্তই কৰ্কটাৱতাৰী হোৱাৰ বৰ দিয়ে, যাৰ বিষয়ে এই ৰচনাত পিছলৈ নিৰপেক্ষ গৱেষণাৰ ফচল যোগ কৰা হৈছে৷ এখেতক সাগৰ তথা নদীৰ বালিচৰত সূৰ্যস্নান কৰা অৱস্থাত আৱিস্কাৰ কৰা হৈছিল মান্ধাতা যুগতে৷ তেৰাক কিছুলোকে মাংগলিক কৰ্ম যেনে পেটপূজাতো আগবঢ়ায়৷ কেকোঁৰাৰ আন এটা নাম কৰ্কট৷

Read more

পাকঘৰৰ সুন্দৰ পৰিৱেশ – দিম্পল কলিতা

খাদ্যৰ সুন্দৰ পৰিৱেশ এটা দেখিছিলোঁ ৰন্ধন গ্রুপ এটাত। ফকটিয়াত পালে বহুত খোৱা মানুহ আৰু নিজে খুৱাব লাগিলে আকৌ পেট বেয়াৰ এক্টিং কৰা মানুহ গতিকেই বুজিছে নহয় মোৰ মিতব্যয়ীতা। সেই গ্রুপটোত মাক সুমুৱাই দিম বুলি ভাবিছিলোঁ‌ অন্ততঃ পাপাক অৰ্ডাৰ দি ফটো দেখুৱাই খানা বনাবলৈ দিব পাৰিব। পাপাৰ আকৌ হাতখন বৰ লক্ষ্মী যিয়েই নবনাওক সোৱাদ সাংঘাটিক হয়। সৰুৰে পৰা পাপাক দেখি দেখিয়েই চাগে মোৰও পাকঘৰৰ প্ৰতি প্ৰেম এটা হৈছে। এদিন ভাবিলোঁ‌ ৰন্ধন গ্রুপটোৰ সদস্য হৈছোঁ যিহেতু মোৰ খানা বনোৱাৰ টেলেণ্ট সকলোকে দেখুৱাও,

Read more

খুদিৰামৰ খাটাং কথা – অৰৱিন্দ গোস্বামী কথা

জেলেপী খাই ভাল পোৱা খুদিৰামৰ ল’ৰালি কালৰ ঘটনা এয়া। খুদিৰাম হেনো ল’ৰালি কালত সাতঘাতৰ সৈয়াকণী আছিল। বুদ্ধিত বৃহস্পতি বিদ্যাত কালিদাসৰ আৰম্ভণিছোৱাৰ দৰে খুদিৰামৰ বুদ্ধিটো একে থাকিল আৰু সৰস্বতী দেৱীয়ে কালিদাসক দৰশন দিয়াৰ দৰে খুদিৰামক দৰশন নিদিলে। নিদিলে মানে একেবাৰেই নিদিলে। যিকোনো প্ৰকাৰে পঢ়াৰ সময়ত মূৰ পুলুকা মাৰি খাবৰ সময়ত কুম্ভকৰ্ণৰ দৰে এনাওমান পেটত ভৰাই ল’ব পাৰিলেই খুদিৰামতকৈ সুখী জীৱ আৰু পৃথিৱীত নাই। লাহে লাহে খুদিৰাম ডাঙৰ হ’ল।হাইস্কুললৈ যোৱা খুদিৰামৰ জীৱনত বহুত সমস্যা আহি পৰিল। এতিয়া তিনিকিলোমিটাৰ পথ খোজকাঢ়ি আহোঁতে যাওঁতে

Read more

প্ৰেম অপ্ৰেম – মনালিছা গগৈ

“হেৰাআআ। ক’ত আছা? ই নাই যে? আকৌ গ’ল হয়নাই?” চিৰিং কে মাৰিলে বুকুখন তেওঁৰ গৰ্জন শুনি৷ আহি সোমাইছিলোঁ‌হে দিউটিৰ পৰা৷ আহিয়েই চাহ একাপ খাওঁ‌ বুলি বনাবলৈ পাকঘৰত সোমাইছিলোঁ‌। একে চুচৰে দৌৰি অহাদি আহি তেওঁৰ সমুখত হাজিৰ হ’লোঁ‌। বৰ ভয় লাগে তেওঁৰ খংটোলৈ বিশেষকৈ ইয়াৰ সম্পৰ্কত তেওঁ খুট এটা ওলিয়াবলৈ চাইয়েই থাকে৷ “মই এই আহি পাইছোঁ‌হে আৰু মই সোমাঁ‌ওতেই সি আছেই। তাৰ বিচনাত শুই থকাৰ পৰাই মূৰ দাঙি চোৱা দেখি মই মাত দিও গৈছোঁ‌। তৎমুহূৰ্ততে সি ওলাই যাব বুলি মই ভাবিবলৈও

Read more

বৰুৱানীৰ সপোন – চাও খুন শিৱা

“বেলি ওলাবলৈ নাপাওঁতেই আল পৈচান ধৰিব হয়েই। হ’ল বুলি ফিকা চাহ কাপ নিজে কৰি খাব নোৱাৰা নেকি?” চাহৰ কাপটো টেবুলখনত ঠেকেছা মাৰি বৰুৱানীয়ে ঠেঁহ পাতি উঠিল। পেপাৰ পঢ়ি থকা বৰুৱাই চশমাজোৰৰ ফাঁকেৰে চাই বোলে “সোনকালে উঠাটো স্বাস্থ্যৰ পক্ষে ভাল।” ”হ’ব.. ইটো ভাল সিটো ভাল কৰি, লেল চেলাই দেখুৱাব নালাগে। কাম কৰা বাইজনী দুদিন হ’ল নহা; আজি আহিব নাই খবৰ কৰি আহক গৈ ..” বৰুৱাৰ কথাত বাৰুৱানীয়ে ভুল ধৰাৰ সুবিধা নাপায়ে, আজি পাইছে। “তুমি শুই থাকোঁতেই, খবৰ কৰিলোঁ। পানী শুকুৱা নাই

Read more

বাত ভেদাইলতা কী – জনাৰ্দন ঠাকুৰ

আমি সকলোৱে ভালপোৱা ভেদাইলতাৰ উপকাৰী আৰু অপকাৰী দুয়োটা দিশেই আছে৷ উপকাৰিতাৰ বিষয়ে বৰ্ণনা কৰিবলৈ বিশেষ নাই সকলোৱে জানেই৷ মানে হ’ল কি, সাপ্তাহিক বজাৰৰ দিনা পাচলি কিনিবলৈ মোনাটো হাতত লৈ বজাৰলৈ গ’লোঁ৷ নানাধৰণৰ পাচলিৰ লগতে এমুঠি ভেদাইলতাৰ পাতো কিনিলোঁ কিয়নো এইবিধ মোৰ খুবেই প্ৰিয়৷ কিনি আনি পাচলিৰ মোনাটো মোৰ দোকানতে থৈ দিলোঁ বোলোো দুপৰীয়া ঘৰলৈ ভাত খাবলৈ যাওঁতে লৈ যাম৷ বছ মোনাটো নিজৰ দোকানত থোৱাটোৱেই কাল হ’ল ৰে ভাই৷ গ্ৰাহকে কিবা কিনিবলৈ আহি নাকটো মোহাৰি ওলাই যায়৷ কোনোবাই পাঁচ বিধ সামগ্ৰী

Read more
1 11 12 13