কৌতুক – সঞ্জীৱ কুমাৰ মহন্ত
বাপেক : (পুতেকক উদ্দেশে )….হেৰ’ তই নপঢ়ি নুশুনি কৰিবি কি হা?
পুতেক : দেউতা প্ৰথমে মই বাছৰ হেন্দিমেন কৰিম…তাৰ পিছত বাছ চলাম…লাহেকৈ…নিজে বাছ ল’ম….ফলমূল আদিৰ বাগান খুলিম…ঘৈণীক পঢ়ায় কালেক্টৰ বনাম….ফেক্টৰী খুলিম….. আৰু গাঁৱত আপোনাৰ নামত এখন হস্পিতেল খুলিম….
বাপেক : (চেণ্ডেলেৰে ৪/৫ চাট দি…) চাল্লা কুকুৰ তই আজিও সূৰ্যবংশম চাই আহিছ…ন….। হাৰামী…সেইখনে চোবাইছে তোক…suryabansm চায়.. হুহ।
☆ ★ ☆ ★ ☆