ফটাঢোল

কৌতুক-ৰিণ্টুমনি দত্ত

এবাৰ কৃষ্ণ দায়ে বহুত অংক পংক কৰি জ্যোতিষীৰ ওচৰলৈ গ’ল৷
জোত্যিষীয়ে কিবা কিবি আঁকি বাঁকি হিচাপ নিকাচ কৰি মাত লগালে
“আপোনাৰ এনেই কপাল খন বেয়া নহয়৷ কিন্তু কথা হ’ল,আপোনাৰ ঘৰৰ তলত বহুত সা-সম্পত্তি আছে,যি বোৰ আপুনি কেতিয়াও উপভোগ কৰিবলৈ নাপাব৷”
কৃষ্ণ দা: একদম ঠিক কথা৷ মোৰ ঘৰৰ গ্ৰাউন্ড ফ্ল’ৰটো বেংক এটাক ভাৰালৈ দিছো৷
 ☆ ★ ☆ ★ ☆

9 Comments

Leave a Reply to মানসী Cancel reply

Your email address will not be published. Required fields are marked *