ফটাঢোল

কৌতুক- পদ্মলোচন ভৰদ্বাজ

পত্নী : কোন আছিল সেইজনী?

ৰঞ্জিত : কলেজীয়া দিনৰ পুৰণি বান্ধৱী!

পত্নী : তোমাক কাণে কাণে কি কৈ গ’ল?

ৰঞ্জিত : একো নাই,  মাত্ৰ এইটো ক’লে যে :

মোক বিয়া কৰোৱা হ’লে তোমাক মই এনেকৈ মোনাটো ল’ব নিদিলোঁ হয়!

পত্নী : ডাইনী ক’ৰবাৰ, চাওঁ দিয়া মোনাটো মোক!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *