ফটাঢোল

বিহুৰ নতুন ফোন-ধনজিত বৰুৱা

: নৱ, গৰু বিহুৰ দিনা মোৰ ঘৰৰ মুখত ৰাতি ১১ টা মানত “মোৰ মৰমৰ ইলা মৰম বুজি নাপালা”  গোৱাটো  তই নি বাৰু!

: অঁ, বিষ্ণু দা মই, তপু, ৰণ, কাঞ্চা, জাহিৰ আৰু জীৱন। পুৰণি দিনবোৰৰ কথা মনত পৰিলে কিবা লাগি যায় ন  বিষ্ণু দা। আপোনাৰো মনত পৰিছে!

: বোপাই তই নবৌক কৈ যাবিহি। তই পাহৰিছ, এওঁ নাই পাহৰা। মই প্রথম প্ৰেম পত্র দিয়াজনী ৰোমিঅ’ কলনীৰ ‘ইলাই’ আছিল। তই মোক বিহুতে হিলাই দিলি বোপাই। তাইৰ ফেচবুক আছে, নবৌৱে জানে। তই বিহু খাবলৈ এইবাৰ ফৰমেল কে আহ, মই নৰমেল নহ’ম নহ’লে।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to ধনজিৎ বৰুৱা Cancel reply

Your email address will not be published. Required fields are marked *