ফটাঢোল

ব্ৰেকআপ-ৰিণ্টুমনি দত্ত

দুলাল : তোমাৰ ব্ৰেকআপ কেনেকৈ হ’বলৈ পালে৷ সকলো ঠিকেই আছিলচোন!

অভিজিত : সকলো ঠিকেই আছিল৷ ভেলেণ্টাইন ডে’ৰ কেইদিনমান আগতে তাই মোক ক’লে  “ফুল মোৰ বৰ প্ৰিয়।”
দুলাল : তাৰপাছত?

অভিজিত : মই জোশতে কৈ দিলোঁ‌, ময়ো ফুল ভালপাওঁ, হাফবোৰ সোনকালে শেষ হৈ যায়। তাৰপাছৰেপৰা হোৱাটচএপ, ফেচবুক ক’তো তাইক নেদেখা হ’লোঁ‌৷

☆ ★ ☆ ★ ☆

One comment

  • বন্দিতা জৈন

    ???ভুলটো কোৱা নাছিল। বুজাতহে ভুল হ’ল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *