ফটাঢোল

কৌতুক – ৰাজশ্ৰী শৰ্মা

এবাৰ ল’ৰা এটাই জ্যোতিষীৰ ওচৰলৈ গ’ল।

“মই আজি ছোৱালী এজনীক প্ৰপ’জ দি আহিছোঁ। মোৰ লগত তাইৰ বিয়া হ’ব নে নাই চাই দিয়ক না।”

জ্যোতিষীয়ে ক’লে-তাইৰ হাতৰ ৰেখা চাব লাগিব। তাইক লৈ আহা, নাইবা হাতৰ জেৰক্স এটা আনা।

ল’ৰাজনে দেখুৱালে কিন্তু জ্যোতিষীয়ে নোচোৱাকৈয়ে ‘নহ’ব’ বুলি কৈ দিলে।

কাৰণ সি ছোৱালীজনীৰ হাতৰ ৰেখা নিজৰ গালত দেখুৱাইছিল।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply to ৰাজশ্ৰী শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *