কৌতুক – ৰিণ্টুমনি দত্ত
কলিতাই সন্ধিয়া অফিচৰ পৰা উভটি আহোঁতে প্ৰায়ে এটুপি ধৰি আহে। সেই দিনাখনো একেই কাহিনী। টিভিৰ সন্মুখত বহি মন্ত্ৰী-বিধায়কবোৰক উধাই-মুধাই গালি দিবলৈ আৰম্ভ কৰিলে।
একো কাম নাই এই অপদাৰ্থবোৰৰ। মই হোৱা হ’লে একেদিনাই দেশখনৰ চেহেৰাই সলাই পেলালোহেঁতেন।
পাকঘৰৰ পৰা ওলাই আহি কলিতানীয়ে লাহেকৈ মাত দিলে,
: দেশখন বাৰু পাছে পৰে সলাব, লুঙী বুলি যে সন্ধিয়াৰ পৰাই মোৰ সেই মেখেলাখনকে পিন্ধি আছে সেয়া আগতে সলাই লওক
☆ ★ ☆ ★ ☆
5:45 am
??
1:33 am
কলিতা অ’..?