ফটাঢোল

কৌতুক- আদিত্য জ্যোতি বৰঠাকুৰ

ক্ৰেতা : বাইদেউ, মাছৰ পেটত কণী আছেতো?  ইমান দাম দি কিনিছোঁ হʼলে। 

পোহাৰী :  হৌৰি, মই মাছবেপাৰী হে। আলট্ৰাচাউণ্ড কৰি আনি মাছ বিকা নাই যে পেটত কণী আছেনে নাই গম পাম। 

☆ ★ ☆ ★ ☆

One comment

  • Anonymous

    হয় দেই কাটি চাবা ও নৰি, surgeon নহয় যে
    ?????

    Reply

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *