ফটাঢোল

কৌতুক-আদিত্য জ্যোতি বৰঠাকুৰ

জেইলাৰ – কি হ’ল, ইমান কি চিন্তা কৰি আছা ??

কনিষ্টবল – চাৰ কয়দীবিলাকে জেলত ৰামায়ণ নাটকখন কৰা নাছিল জানো !! 

জেইলাৰ – অ…. কৰিছিল। সেইটো ভাল কথাহে, তাতে ইমান চিন্তা কৰিবলৈ কি আছে ??

কনিষ্টবল – কিন্তু চাৰ হনুমানৰ ভাও লোৱা কয়দীজন 

যে সঞ্জীৱনী আনিবলৈ গৈ এতিয়াও ঘূৰি অহা নাই, সেইটো গম পাইছেনে নাই??

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *