ফটাঢোল

কৌতুক – অনুৰাধা দেৱী

শিক্ষকঃ কোৱাছোন , অৰ্জুন ,আমেৰিকাৰ ৰাস্ট্ৰপতিৰ নাম কি?
অৰ্জুনঃ মই নাজানো চাৰ৷
শিক্ষকঃ এই সাধাৰণ প্ৰশ্নটোকে নাজনানে৷
অৰ্জুনঃচাৰ , মই প্ৰশ্ন এটা সুধো৷
শিক্ষকঃ সোধা, মই নজনা কথা সুধিলে বৰ ভাল পাওঁ৷
অৰ্জুনঃ চাৰ আমাৰ গাওঁৰ গাওৱুঢ়াজনৰ নাম কি?
শিক্ষকঃমই আকৌ তোমাৰ গাওঁৰ গাওবুঢ়াৰ নাম কেনেকৈ জানিম৷ আৰু মই জানিলে কি লাভ হ’ব?
অৰ্জুনঃ আপুনি ওচৰৰ গাঁওখনৰ গাওঁবুঢ়াজনৰ নামটোকে নাজানে৷মই আকৌ আমেৰিকাৰ ৰাস্ট্ৰপতিৰ নাম কেনেকৈ জানিম, আৰু জানিলে বা মোৰ কি লাভ হ’ব৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *