ফটাঢোল

চেও -কৌশিক দাস

আমাৰ গাঁও
আকালৰ
টুলুঙা নাও ।
ভৰঁলুৱা ভাও—-
শোষণৰ তুংগতো
নিমাওমাও ।।
কিমান তললৈ
নামি যাওঁ……
কাৰ ওপৰলৈ
কিমান চাওঁ ???

■■

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *