বিলাসিতাৰ সুখ – মূল-বিলাসিতা কি সুখ, লেখক- অৰবিন্দ সৰস্বত (অনুবাদ: পৰিস্মীতা গগৈ)
বিলাসিতাৰ সুখ -পৰিস্মীতা গগৈ মূল-বিলাসিতা কি সুখ লেখক- অৰবিন্দ সৰস্বত। যেতিয়াই অন্য বিকশিত ৰাষ্ট্ৰৰ সুখ সুবিধাবোৰৰ কথা ক’ৰবাত পঢ়োঁ বা শুনিবলৈ পাওঁ তেতিয়াই মোৰ হৃদয়ৰ পৰা দুখবোৰ নিমিষতে অন্তৰ্ধান হৈ যায়। মোৰ এই কথাষাৰ শুনি আপোনালোকে আকৌ ভাবি নল’ব যে আনৰ সুখ সুবিধা দেখিলে মোৰ জ্বলন হয়। এচিকুটো আত্মপ্ৰৱঞ্চনা নকৰাকৈ যদি কও মই আকৌ এনেকুৱা সুখ সুবিধাবোৰ তেওঁলোকৰ দুভাগ্য বুলিহে ভাবোঁ। সুখ সুবিধাৰ যি মায়াজাল আমাৰ দেশত আছে, সেয়া আন ক’ৰবাত আছে বুলি মোৰ বিশ্বাস নহয়। এতিয়া আপোনালোকেই কওকচোন, সেই
Read more