কাৰ্টুন – দীপজ্যোতি তালুকদাৰ
☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ – বোৱাৰী! অ’ বোৱাৰী ? ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ – তই সোনকালে আহ! বোৱাৰীৰ পেৰেলাইচিছ হৈছে নেকি? মুখখন বেকাঁ, চকুৰ মণি দুটা ওপৰত আৰু ডিঙিটোও বেকাঁ হৈ ৰৈ আছে.. ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ তুমি একো চিন্তা নকৰিবা মা.. তাই চেল্ফি লৈ আছে !
Read more