ভেলেণ্টাইন ডে –মৌচুমী বৰুৱা
সময়: তেৰ বছৰৰ আগৰ ভেলেণ্টাইন ডেৰ দিনা।( ২০০৪ চন ) স্থান: ৰাজমাও পুখুৰীৰ পাৰৰ পকী বেঞ্চ, বিহজুই আৰু বনু চকুত চকু থৈ, বনু: জানু মোলৈ আজি কি গিফ্ট আনিছা ? বিহজুই: কলিজা মই দৰকাৰী আৰু কামত অহা বস্তুহে গিফ্ট্ দিওঁ জানাইচোন। এইখন লোৱা ৰুমাল আনিছো। চৰ্দি হৈ আছে নহয় তোমাৰ কামত আহিব। বনু: থেংক ইউ জানু। কিন্তু কালাৰটো ভাল লগা নাই। বেঙুনীয়া ৰঙ বেয়া পাওঁ মই। আই লাভ ইয়েল্ল’। হালধীয়া মোৰ ফেভাৰিত। সেইদিন ধৰি বিহজুইয়ে হেনো দাঁত ব্ৰাছ কৰা নাই।
Read more