হাঁহি – ৰিটন বৰুৱা
কেইবছৰমান আগৰ ঘটনা। নবেম্বৰ মাহ। দূৰ্গা পূজা পাৰ হৈ কালীপূজা বা দ্বীপাৱলীৰ পিছত ৰাসৰ সময়ত। অলপ অলপ ঠাণ্ডা পৰিছে শৰৎ পাৰ হৈ শীতৰ আগমন ঘটিছে। তিনিজন বন্ধুৱে কথা পাতি ৰাসৰ গাৰ্ডেন শ্ব’ চাবলৈ যাম বুলি ঠিৰাং কৰিলোঁ। ঘৰৰ পৰা প্ৰায় ১৫ / ২০ কিঃ মিঃ আঁতৰত যাব লাগিব। গতিকে ভাত পানী খাই তিনিও একেলগে ওলালোঁ গাৰ্ডেন শ্ব’ চাবলৈ। তিনি বন্ধু লগ হৈ যাত্ৰা আৰম্ভ কৰাৰ আগতে হোটেল এখনত সোমাই ডিঙি কেইটা অলপ তিয়াই ল’লোঁ। বন্ধু এজনে গাড়ী চলাইছে মই আগ
Read more