অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী বঁটাপ্ৰাপ্ত ৰংবং তেৰাঙৰ সৈতে হোৱা এক অন্তৰংগ আলাপ
কাৰ্বি পাহাৰ মানেই সৌন্দৰ্য্যৰ আঁকৰ। এই কাৰ্বি পাহাৰৰ বুকুত বাস কৰে এজন সৰল মনৰ ব্যক্তি, মিঠা হাঁহি এটা অনবৰতে মুখত লাগি থাকে মানুহজনৰ।নীৰলে প্ৰজ্ঞাৰ সাধনাত ব্ৰতী তেখেত, পাহাৰৰ বুকুতে এদিন তেখেতে দেখিছিল ‘ৰংমিলিৰ হাঁহি’, সৃষ্টি কৰিছিল ‘নীলা অৰ্কিড’। পাহাৰ ভৈয়ামৰ সমন্বয়ৰ প্ৰতীক সেইগৰাকী মহীৰূহ হৈছে অসমীয়াৰ বুকুৰ কুটুম পদ্মশ্ৰী ৰংবং তেৰাং। অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা এই বৰেণ্য সাহিত্যিক গৰাকীয়ে নিজকে এগৰাকী শিক্ষক বুলি চিনাকি দি ভাল পায়। ১৯৩৭ চনৰ ১৩ জানুৱাৰীত কাৰ্বি আংলংৰ ভিতৰুৱা গাঁও এখনত
Read more