ফটাঢোল

‘ফটাঢোল’ সম্পাদনা সমিতিৰ বিষয়ে সবিশেষ জানিবলৈ তলত ক্লিক কৰক

ফটাঢোল সম্পাদনা সমিতি

ফটাঢোল সম্পাদনা সমিতি হাস্য ব্যংগৰ মাহেকীয়া ই-আলোচনীখন আপোনালোকৰ হাতত তুলি দিবলৈ পাই আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ৷ আলোচনীখনত “ফটাঢোল” গোটৰ সদস্যসমূহে গোটত প্ৰকাশিত কৰা লেখাৰপৰা সম্পাদকে প্ৰকাশৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা লেখা তথা সাহিত্য জগতৰ প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় লেখকৰ লেখা সংগ্ৰহ কৰি সম্পাদনা কক্ষত বৰ্ণাশুদ্ধিকে আদি কৰি অলংকৰণ, আপল’ডিং আদি বিভিন্ন স্তৰৰ মাজেদি পাৰ হৈ আপোনাসৱৰ আগত প্ৰকাশিত ৰূপত আহি পৰেহি৷ ইয়াত সম্পাদকৰ লগতে সম্পাদনা কক্ষৰ প্ৰতিজন ব্যক্তিৰ মাহজোৰা প্ৰচেষ্টা তথা পৰিশ্ৰম নিহিত থাকে৷ আহকচোন, আপোনাসৱক হাঁহি বিলোৱাৰ আমাৰ

Read more