ডলী ক্ৰিয়েশ্যনৰ পঞ্চবিংশ নিবেদন: ভুত-ডলী তালুকদাৰ
কাহিনী, চিত্ৰনাট্য, পৰিচালনা, সংলাপ,সংগীত ডলী তালুকদাৰ কেমেৰা: দেৱজিত শৰ্মা লাইট: ৰিন্টুমণি দত্ত প্ৰযোজনা: শংকৰজ্যোতি বৰা অভিনয়ত: যোগেশ ভট্টাচাৰ্য , পদ্মলোশ্যন ভৰদ্বাজ,টবিবৰ ৰহমান,আদিত্যজ্যোতি বৰঠাকুৰ,নয়নজ্যোতি বৰঠাকুৰ, বিজয় মহন্ত, হেমন্ত কাকতি, নীলাক্ষি কাকতি, কাবেৰী মহন্ত, বাগ্মীতা বৰকাকতি। হেমন্ত কাকতি: হোটেলৰ মালিক মিঃ জ্যেকশ্যন যোগেশ ভট্টাচাৰ্য : কলেজৰ ছাত্ৰ (বিকি) পদ্মলোশ্যন ভৰদ্বাজ: কলেজৰ চিনিয়ৰ ছাত্ৰ (ৰণি) বিজয় মহন্ত:কেন্টিনৰ মালিক ( হালৈ) নয়নজ্যতি বৰঠাকুৰ: কলেজৰ প্ৰফেচৰ বৰুৱা টবিবৰ ৰহমান: হোটেলৰ কেয়াৰটেকাৰ ( হ্যেনৰী) আদিত্যজ্যোতি বৰঠাকুৰ: গাড়ীৰ ড্ৰাইভাৰ ( ৰাজু) নীলাক্ষি কাকতি: পিংকি ( ছাত্ৰী) কাবেৰী
Read more