ফটাঢোল

দুটা আপদীয়া পদ্য- জোনমণি দাস

১) গড়গঞা গংগাধৰৰ বৰ গেলা গপ গছৰ তলত বহি কৰে সদায় তপ-জপ তেৰা বোলে সন্যাসী কথা কয় জুখি-মাখি মিছামিছি মাৰি ফুৰে ফোঁপজহী ধপ। ২) লচপচী বাইদেউ বিজুলী বৰুৱা নেকলেছ পিন্ধি থাকে সোণপানী চৰোৱা বন্ধনৰ ‘লোন’ লৈ তেওঁ থাকে ৰাণী হৈ গিৰিয়েকক কৰি কৰি গোটেই জীৱন ধৰুৱা। ☆ ★ ☆ ★ ☆

Read more
1 2 3 6
error: Content is protected !!