কৌতুক- ৰিণ্টুমনি দত্ত
বিজয়ৰ দাঁতত পোকে ধৰিছে, হাজাৰ চেষ্টা কৰিও উলিয়াব নোৱাৰি ডাক্তৰৰ ওচৰলৈ গ’ল। ডাক্তৰ- চাৰিদিন পুৱা-গধূলি গাখীৰ আৰু বিস্কুট খাব, পঞ্চম দিনা কেৱল গাখীৰ খাব। পোক নিশ্চয় ওলাই আহিব। বিজয়ে সেইমতে চাৰিদিন গাখীৰ-বিস্কুট খালে আৰু পঞ্চম দিনা কেৱল গাখীৰ খালে। . . . .আৰু আচৰিত ভাৱে সেইদিনা পোকটোৱে ওলাই আহি সুধিলে- বিজয় আজি বিস্কুট নাই নেকি? বিজয় চকচ! পোক আৰু ডাক্তৰ ৰকচ! ☆ ★ ☆ ★ ☆
Read more