ফটাঢোল

মিছেছ কলিতাৰ চিন্তা–জীমণি গগৈ

মি:কলিতা: হেৰা, এইবাৰ মাইনাৰ বাৰ্থডে’ত কাকতি, শৰ্মা, আৰু বৰুৱাৰ পৰিয়ালৰ কোনো নাহিল যে ?
মিছেছ কলিতা: মাতিলেহে আহিব।
মি:কলিতা: নামাতিলা নেকি? আগৰকেইবাৰত মাতিছিলা যে?
মিছেছ কলিতা: যোৱা কিছুদিনত মোৰ কেইবাটাও আপডেটত তেওঁলোকে এটাও লাইক, কমেণ্ট দিয়া নাই। চ’ এইবাৰ নামাতিলোঁ যাহ্!!

★★★★

One comment

Leave a Reply to Amal Krishna Yein Cancel reply

Your email address will not be published. Required fields are marked *