ফটাঢোল

কৌতুক – সঞ্জীব মজুমদাৰ

ডাক্তৰৰ চেম্বাৰৰ দৃশ্য :

ডাক্তৰজনে মানুহজনীক মুখত থাৰ্মোমিটাৰটো ভৰাই মনে মনে থাকিবলৈ ক’লে।

ডাক্তৰৰ কথামতে, মুখত থাৰ্মোমিটাৰটো ভৰোৱাৰপিছত, মানুহজনী কিছু সময় মনে মনে থাকিল।

পতিগৰাকীয়ে কথাটো মন কৰিলে আৰু ডাক্তৰকক’লে,

“চাৰ, এই যাদুকৰী বস্তুটোৰ কিমান দাম ? মোকো এটা লাগিছিল।

☆★☆★☆

One comment

Leave a Reply to Krishna Cancel reply

Your email address will not be published. Required fields are marked *