ফটাঢোল

কৌতুক – ফটিক বৰা

এবাৰ ককাইদেউ (বৰ দেউতাৰ ল’ৰা) এজনৰ এভাৰেডি টৰ্চ এটা নতুন বেটাৰি থাকোঁতেও নজ্বলাত মোক দি ক’লে, “চা চোন এইডালৰ কি হৈছে?”

মই পিছ পিনে দহ নয়া পইচা এটা ভৰাই দি জ্বলাই দিলোঁ। ওচৰতে ৰৈ চাই থকা ককাইদেৱে ক’লে, “চালা পইচা নিদিলে আজি কালি কেনেও কাম নকৰে।”

☆★☆★☆

One comment

Leave a Reply to Tabibar Rahman Cancel reply

Your email address will not be published. Required fields are marked *