ফটাঢোল

কৌতুক – কমল নেওগ

শইকীয়া চাৰে দ্বিতীয় শ্ৰেণীত যুক্তাক্ষৰ শিকাই ৷ আজিও তিনিটা  বিশেষ যুক্তাক্ষৰ আৰু সেই সেই  যুক্তাক্ষৰযুক্ত বিশেষশব্দ আৰু শব্দকেইটাৰ অৰ্থ সম্বন্ধে ল’ছোৱালীহঁতক সুন্দৰকৈ শিকালে। যুক্তাক্ষৰকেইটা হৈছে শ + ৱ = শ্ব    অশ্ব , অশ্ব মানে ঘোঁৰা। ব + জ = ব্জ  অব্জ , অব্জ মানে পদুম। আৰু আনটো যুক্তাক্ষৰ হৈছে – মইবয়াম  ম্ব, ম + ব = ম্ব  ডিম্ব , ডিম্ব  মানে  কণী। ইমানখিনি লৈকে ঠিকেই আছিল। পয়মালখন লগালেহি নাভুত-নাশ্ৰুতকৈ SI চাৰ ভাটিবেলা স্কুল চাবলৈ আহি। SI চাৰ ৰুমত সোমোৱাত বহিবলৈ

Read more
1 2 3 4 5 6 11