সম্পাদকীয়-মনজিৎ
আজিকালি অনুভৱ হয় সময়ৰ বেগ, পোহৰৰ বেগতকৈও বেছি চাগে। সপ্তাহটোক দিন, মাহটোক সপ্তাহ আৰু বছৰটোক মাহ যেনেই লগা হৈছেগৈ। সময়বোৰ ইমান সোনকালে গুছি যায় যে তলকিবই নোৱাৰি। আগৰ 31st ৰ হেং অভাৰ নেভাগোঁতেই নতুন বছৰ আহি যায়। এনেকৈ হ’লে দেখোন বেমাৰ-আজাৰ হোৱাৰ আগতে বুঢ়া হৈয়ে মৰিব লাগিব। মৰা মেলাবোৰ বাৰু পিছে পৰে দেখা যাব। এতিয়া কথা হ’ল বুজন হোৱাৰেপৰা ভালকৈ বুজি আহিছোঁ যে সময়েই হৈছে ‘জীৱন’ নামৰ বিদ্যালয়খনৰ প্রধান শিক্ষক। প্রতিটো খোজতেই সময়ে আমাক নতুন নতুন শিক্ষা দি যায়। ভুলবোৰ
Read more