ফটাঢোল

সাক্ষাৎকাৰ – মোহময়ী অভিনেত্ৰী মৃদুলা বৰুৱাৰ সৈতে অন্তৰংগ আলাপ

নদী মাথো বয় কালৈকো নৰয় বাধা দি ৰাখিব কোনে…. আছে সাগৰেৰে যাৰ ভালপোৱা… সাগৰেৰে সি মিলিব পাৰে… ও ও বাধা দি ৰাখিব কোনে… *** দেহেই যৌৱনমতীৰ লাজ লাজ লাজ.. সাজেই সাজোনমতীৰ সাজোন কাঁচ … মোৰ দেহা ঐ লাজ লাজ লাজ কিনো তোৰ…. **** এটি মনৰ দুটি মানুহ মৰমী সৰগ ৰচে… সৰগী মৰতত এই প্ৰিয়জনে আৱেগৰ নাচোন নাচে… মৰমী সৰগ ৰচে….॥ এই সুন্দৰ গীতসমূহ এসময়ত চুপাৰহিট বোলছবিৰ চুপাৰহিট গীতেই নহয়, অসমৰ ৰাইজৰ সকলোৰে মুখে মুখে আছিল। এই গীত বা বোলছবিসমূহৰ দৰে

Read more

সাক্ষাৎকাৰ–সঙ্গীত শিল্পী মানস ৰবীনৰ সৈতে এখন্তেক

অসমীয়া সংগীত জগতৰ অন্য এক চিনাকি নাম মানস ৰবীন। কেৱল অসমতে নহয়, উত্তৰ-পূব ভাৰতৰ দশোদিশে জনপ্ৰিয়তা অৰ্জন কৰা মানস ৰবীন একেধাৰে গীতিকাৰ, গায়ক, সুৰকাৰ, সংগীত পৰিচালক, সংগীত প্ৰযোজক যিয়ে বিহুসুৰীয়া গীতসমূহক এক সুন্দৰ ৰূপ দিছে। ১৯৭৬ চনৰ ১৭ ডিচেম্বৰত জন্ম গ্ৰহণ কৰা মানসজ্যোতি গগৈ ওৰফে মানস ৰবীনৰ অসমীয়া সংগীত বিশেষকৈ বিহুগীতৰ জগতখনত এক সুকীয়া পৰিচয় আছে। তেখেতে সংগীতৰ জগতখনত প্ৰথমবাৰৰ বাবে ভূমুকি মাৰিছিল ১৯৯৫ চনত ‘নীহাৰিকা’ নামৰ একক এলবামটিৰ জৰিয়তে। সেইয়াই আৰম্ভণি, তাৰপিছত তেওঁ পাছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ১৯৯৭

Read more

সাক্ষাৎকাৰ – অভিনেত্ৰী গায়ত্ৰী মহন্তৰ সৈতে অন্তৰংগ আলাপ

অসমীয়া সাংস্কৃতিক জগতৰ এটি সুন্দৰ নক্ষত্ৰৰ নাম গায়ত্ৰী মহন্ত। নামেই যাৰ পৰিচয়, শদিয়াৰ পৰা ধুবুৰীলৈ কাকো বেলেগকৈ তেখেতক চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। ১৯৮২ চনৰ ১৪ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা গায়ত্ৰী মহন্তৰ নৃত্য আৰু অভিনয় প্ৰতিভাই সকলোকে যেনেকৈ আকৰ্ষিত কৰে, তেনেকৈয়ে তেওঁৰ মনোমোহা হাঁহিটিয়েও সকলোৰে অন্তৰত সাঁচ বহোৱাই যায়। ‘জোনবাই’ ভিচিডিৰ ‘জোনালী’ চৰিত্ৰৰ জৰিয়তে প্ৰতিজন অসমীয়াৰ হৃদয়ত ঠাই লোৱা গায়ত্ৰী মহন্ত সম্প্ৰতি ভ্ৰাম্যমাণ থিয়েটাৰ ‘বৰদৈচিলা’ৰ সৈতে জড়িত হৈ আছে। ‘প্ৰেম আৰু প্ৰেম’, ‘দীনবন্ধু’, ‘জীৱন তৃষ্ণা’, ‘দেউতা দিয়া বিদায়’, ‘পলে পলে উৰে

Read more

সাক্ষাৎকাৰ–বিশিষ্ট কবি শ্ৰীআনিছ উজ্ জামান ডাঙৰীয়াৰ সৈতে

ফটাঢোল ই আলোচনীৰ মাৰ্চ সংখ্যাৰ এইমাহৰ অতিথিৰ ৰূপত আছে, অসমীয়া সাহিত্য জগতৰ বিশিষ্ট কবি শ্ৰী আনিছ উজ্ জামান ডাঙৰীয়া। বিংশ শতিকাৰ নব্বৈ দশকত ‘অজ্ঞাতে'(১৯৮৯) নামৰ কাব্য পুথিৰ যোগেদি আত্মপ্ৰকাশ ঘটা জামান ডাঙৰীয়াৰ কবিতাত নব্য আধুনিকতাবাদৰ ধাৰা পৰিলক্ষিত হয়। নৱকান্ত বৰুৱা, নীলমনি ফুকন আদিৰ দৰে কবিৰ যোগ্য উত্তৰসূৰী জামান ডাঙৰীয়াৰ কবিতাত বাস্তৱবাদী চিন্তা, মানুহৰ জীৱনশৈলী, মানসিক জগত আদিৰ মুক্ত প্ৰকাশ দেখা যায়। প্ৰেম আৰু মানৱতাৰ সুকীয়া কণ্ঠস্বৰ তেওঁৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য। শৈশৱৰ অভিজ্ঞতা, গাঁৱৰ নিভাঁজ চিত্ৰৰ প্ৰকাশ, মহানগৰীৰ ৰুক্ষতা আৰু নানা

Read more

সাক্ষাৎকাৰ– অভিনেতা সিদ্ধাৰ্থ শৰ্মা (কে কে)ৰ সৈতে এখন্তেক।

হাঁহি যদি মূল বিষয় হয় তেন্তে তেওঁ সেই বিষয়ত বিশাৰদ। প্ৰতিটো প্ৰশ্নৰ প্ৰতিটো পৰিস্থিতিৰ বুদ্ধিদীপ্ত উত্তৰ তেওঁৰ ওঁঠত অহৰহ ওলমি ৰয়। অভিনয় স্বতঃস্ফূৰ্ত ৰসাল আৰু কৃত্ৰিমতাবিহীন। তাহানিৰে পৰা স্থূল হাস্যৰসে অধিপত্য বিস্তাৰ কৰি ৰখা অসমীয়া কমেডীৰ জগতখনত নিৰ্মল হাস্যৰস প্ৰদানেৰে তেওঁ জিলিকি উঠিছে ব্যতিক্ৰমী হৈ। নগাঁৱৰ বুকুৰ পৰা ওলোৱা আন এক উজ্জ্বল প্ৰতিভা। নাম সিদ্ধাৰ্থ শৰ্মা। পিচে শদিয়াৰ পৰা ধুবুৰীলৈ বেছিভাগ দৰ্শকে তেওঁক সেই নামেৰে নেজানে। তেওঁ বিখ্যাত কে.কে দা বুলিহে। হয় আপোনালোকে ঠিকেই ধৰিছে। ইয়াত আমি ৰেঙণি টি.ভিত প্ৰচাৰিত

Read more

সাক্ষাৎকাৰ- মনালিছা শইকীয়াৰ সৈতে এখন্তেক

বৰ্তমান অসমৰ সবাতোকৈ জনপ্ৰিয় লেখক সকলৰ অন্যতম শ্ৰীমতী মনালিছা শইকীয়াক ফটাঢোলৰ পঢ়ুৱৈসকলক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। নৱ প্ৰজন্মৰ মাজত বিশেষভাৱে জনপ্ৰিয় লেখিকা গৰাকীয়ে, সাহিত্য চৰ্চাৰ উপৰিও আন কেইবাটাও দিশত নিজে অৱদান আগবঢ়াই আহিছে। আমাৰে সৌভাগ্য যে তেওঁ আমাৰ ফেচবুক গোটটিৰো সক্ৰিয় সদস্য। তথাপিও তেওঁৰ বিষয়ে আৰু কিছুকথা জানিবলৈ, আমি শ্ৰীমতী শইকীয়াক লগ ধৰিছিলোঁঁ; তেওঁলোকৰ দ্বাৰা পৰিচালিত সম্পূৰ্ণ থলুৱা উৎপাদিত সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান, ‘থলগিৰি- দ্য এথনিক হাব’ত।   ফটাঢোল : পোন প্ৰথমে ফটাঢোলৰ তৰফৰপৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

Read more

সাক্ষাৎকাৰ– ইবচন লাল বৰুৱাৰ সৈতে এখন্তেক

  একেৰাহে গায়ক, গীতিকাৰ, সুৰকাৰ, মিউজিক প্ৰগ্ৰেমাৰ, মিক্সিং ৰেকৰ্ডিং ইঞ্জিনীয়াৰ হিচাপে সুপ্ৰতিষ্ঠিত অসমৰ সন্তান ইবচন লাল বৰুৱা। বৰ্তমান মুম্বাইৰ নিবাসী ইবচন লাল বৰুৱা কেৱল অসমতে নহয় সমগ্ৰ ভাৰতৰে সংগীত জগতখনৰ এটি চিনাকি নাম। অসমবাসীৰ কাৰণে গৌৰৱৰ বিষয় যে অসমীয়া, হিন্দী কেইবাখনো ফিচাৰ ফিল্মৰ সংগীতৰ লগত জড়িত থকা ইবচন লাল বৰুৱা বৰ্তমান প্ৰিয়ংকা চোপ্ৰাৰ প্ৰযোজনাত আৰু জাহ্নু বৰুৱাদেৱৰ পৰিচালনাত আহিবলগীয়া চলচ্চিত্ৰ ‘ভগা খিৰিকী’ত তেওঁ মিউজিক ভিডিঅ’ ডিৰেক্টৰ হিচাপে কাম কৰিছে। ‘ভগা খিড়িকী’ৰ উপৰিও ইবচন লাল বৰুৱা কেইবাটাও অসমীয়া, বড়ো ভাষাৰ সংগীত

Read more

জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে কথোপকথন

“মোৰ ভিতৰতো এখন নৰক আছে” বেলিৰ দৰেই তুমি ৰ’দ জলমল জিলিকি উঠিছা কি উত্তাপ তোমাৰ প্ৰেম নহয় যেন কোনো যুদ্ধক্ষেত্ৰৰ ৰাইফলবাহী সেনানী চিতাৰ বুকুৰ পৰা উৰি অহা এটা চৰাই পথাৰত পৰি থকা বিদ্ৰোহী যুৱকজনৰ বুকুৰ শুকাই যোৱা তেজ খিনি তুমি সিমান ৰঙা মোৰ প্ৰেমৰ দৰে অস্থিৰ অশান্ত সময়, শোষণ আৰু শোষক, বিদ্ৰোহ, অবদমন, শোক, মানৱ মনৰ জটিল মনঃস্বস্ত, অপৰূপ চিত্ৰকল্প সকলো সাঙুৰি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাৰ সৃষ্টি যদিও মানুহৰ মন-গহনত তেওঁৰ আছুতীয়া স্থান একমাত্ৰ তেওঁৰ প্ৰেমৰ কবিতাসমূহৰ কাৰণে৷ কবিৰ ভাষাত

Read more

জনপ্ৰিয় শিল্পী দ্বীপেন বৰুৱাৰ সৈতে এখন্তেক

কি নাম দি মাতিম? মাতিম তোমাক? নিবিড় গোপন কিযে মায়া! যি নামৰেই সোণ পৰশত স্বৰ্ণালী হয় হিয়া। কি নামৰে সোণ পৰশত যি নাম দি মাতা সেয়ে মিঠা! জীৱনৰ মৰুৰ তুমি ছাঁয়া! চম্পা বনৰ সুবাস লাগি! উন্মনা মন হিয়া!” এই গীতটিক অসমীয়া সংগীত, চিনেমা জগতৰ বোধহয় সৰ্বপ্ৰথম ৰোমাণ্টিক গীত হিচাপে অভিহিত কৰা হয়। এই গীতটি জীৱনত এবাৰৰ বাবে হ’লেও গুণগুণাই নোপোৱা মানুহ নোলাব নিশ্চয়। কিবা এক মায়াময় শব্দ, বাক্য আৰু সুৰৰ ইন্দ্ৰজালৰে সন্নিৱিষ্ট এই ৰোমাণ্টিক গীতটিয়ে শ্ৰোতাৰ কৰ্ণকুহৰত এক সাংগীতিক মূৰ্চ্ছনাৰ

Read more

সাক্ষাৎকাৰ: তৰালি শৰ্মাৰ সৈতে এখন্তেক

তৰালি শৰ্মা, নামেই যাৰ পৰিচয়, তেওঁৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নাই। এক যাদুকৰী কণ্ঠৰ অধিকাৰী তৰালি শৰ্মাই এগৰাকী সুদক্ষ সংগীত পৰিচালক ৰূপেও সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ কণ্ঠৰে নিগৰা প্ৰায় প্ৰতিটো গীতেই শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি আহিছে। নব্বৈৰ দশকৰ পৰা বৰ্তমানলৈকে “আহিবা তুমি দুপৰ নিশা, যেতিয়া পৃথিবী শুব…”, “অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে…” আদি গানৰ দৰে অজস্ৰ শ্ৰুতিমধুৰ গীতেৰে অসমৰ প্ৰত্যেকখন মঞ্চতে তেওঁৰ কণ্ঠই মন্ত্ৰমুগ্ধ নকৰা শ্ৰোতা হয়তো নোলাব৷ গুণমুগ্ধ শ্ৰোতা-দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰি বহিছে তেওঁৰ

Read more
1 3 4 5 6 7