ফটা প্ৰশ্নোত্তৰ– ফটহু কাই
১/ দ্বিজেন তামূলী : একেজোৰা পোচাক পিন্ধি ল’ৰা বা ছোৱালী স্কুলত থাকে, মাকে যাওঁতে এজোৰ আৰু আনিবলৈ যাওঁতে বেলেগ এজোৰ পিন্ধে কিয়? উত্তৰ : সেয়াই সংসাৰৰ নিয়ম। স্কুললৈ যোৱা ছোৱালীজনীও যেতিয়া এসময়ত গৈ মাক হ’বগৈ, এই ৰোগে পাবই পাব। ২/ ৰূপা বনিয়া : পুৰুষৰ তিনি তপা দেখা যায়, কিন্তু মহিলা মাত্ৰ আগ তপা হে হয় কিয়? উত্তৰ : আগ তপা লনি হয় যে। মহিলাসকলে লনি হোৱাতে গুৰুত্ব দিয়ে আৰু, বাকী ধনী হোৱাৰ জঞ্জাল পুৰুষৰহে। ৩/ নিলাক্ষী কাকতি : ফটাঢোলৰ কোনজন
Read more