শৰ্মাদা “নট আউট” — মাধুৰ্য্য গোস্বামী
১ :কি…! আপুনি শৰ্মাদাক চিনি নাপায়? সঁচাকৈয়ে নাপায়তো? মানে একদম চিৰিয়াছলি সুধিছোঁ বুজিছেনে? যদি নাপায় তেনেহ’লে একদম সঁচাসঁচিকৈ কওঁ যে আপুনি এটা সাংঘাটিক কেৰেক্টাৰ মিছ কৰি আছে। :কিয় কিয়? হোৱাই? : কিয় মানে? আৰে ভাই আপুনি ভৰলু, শান্তিপুৰ, কামাখ্যা গেইটত গৈ সত্তৰ-আশী বছৰীয়া বৃদ্ধবোৰক সোধকগৈ কোনজন ল’ৰাই নব্বৈৰ দশকৰ প্ৰথমভাগত তেওঁলোকৰ ঘৰৰ ৱাল বগাই জীয়েকহঁতক কুউ কুউকৈ মাতি ইংগিত দিছিল। যাৰ যাৰ ঘৰত ধুনীয়া ছোৱালী আছিল তেওঁলোকক সোধকগৈ তেওঁলোকৰ ছোৱালীবোৰক প্ৰত্যেককে চিঠি দিয়া সেই ‘মিউচুৱেল’ ল’ৰাজন কোন আছিল যিয়ে ৰাতি
Read more