ফটাঢোল

বৰলাৰ কাহিনী – জ্ঞান বৰদলৈ

বৰলাৰ ধৰ্ম – প্ৰপজ কৰি যোৱা, ফলাফল ভগৱানৰ হাতত।

বৰলাৰ কৰ্ম – তুমি দেখিবলৈ যেনেকুৱাই নোহোৱা প্ৰপজ কিন্তু সদায় জাকত জিলিকা ছোৱালীকহে কৰিবা।

বৰলাৰ বৈশিষ্ট্য – তোমাৰ ইনকাম যিয়েই নহওক পাইট নেৰিবা।( যেনে – দামী বাইক, মবাইল, চানগ্লাছ )

বৰলাৰ সপোন – ( কোনোবা ছোৱালীৰ দেউতাকে ক’ব) য়ে লৌ Blank Cheque , ঔৰ নিকল জাঔ মেৰী বেটী কী জিন্দেগী চে।

☆★☆★☆

3 Comments

  • মানসী বৰা

    বৰলাৰ মনত মানে বৰলা হৈ থকাৰে বাসনা থাকে…

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ, তামাম

    Reply
  • sampurna

    আজিকালি তেনেকুৱা সপোন থাকিলেও আসসা পুৰণ হোৱাৰ সু্যোগ নাই

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *